আজি কিছু মিচিং সম্প্ৰদায় সমাজৰ ফৈদ বা (ape)ৰ বিষয়ে কেইটামান চাওঁ আহক


আটাইতকৈ  দ্বিতীয় বৃহত্তম জনজগোষ্টী মিছিং সম্প্ৰদায়ৰ কেইটামান জানিবলগী কথা আছে ।অহাছোন সহকলো আটায়ে মিলি আজি তাৰ বিষয়ে অলপ একাসাৰমান  বার্তালাপ কৰোঁ‌।

অসমৰ পূৰ্বাউত্তৰত বাস কৰা দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সম্প্ৰদায়ৰ কেইটামান ফৈদ বা (ape,) আছে, থাকে লৈ কিছুমান মানুহে চিন্তা সন্মুখীন হয় পৰিছে ,থাকে লৈ আলোচনাত মিছিং সকলৰ বুদ্ধি জীবিসকল প্ৰকাশ কৰামতে কেইটামান ফৈদ বা (ape)আছে. ঠাৰে বৰ্তমান ব্যৱহ্নত হৈ থকা ন প্ৰকাৰমান যেন,
1/    Delu
2/.   pagro
3/.   moying
4/.    Saying
5/.   oyan
6/.   dambuk
7/.   Samuguriya
8/.   bihiya
9/.  tamar. ets. আছে। আৰু সেই কেইটাৰ ভিতৰতো বহুত আছে যেনে:  নাৰহ ,পেগু মিলি দলে, কুলি কুটুম কুম্বাং কার্ডঙ পাইত পাংগিং পতিৰ পামে পগাগ পেৰমে পাদুন পায়েং ছাঁৰ চিন্তে ঙঠে জিমে আৰু বহুতো নজনা আছে।
 আজি আপোনালোক এই কথাবোৰ জনাবলৈ পায়.মই আজি দিনটো বহুত আনন্দিত হয় পৰিছোঁ।





By:raja narah

Comments

Popular posts from this blog

আজিৰ জীৱন

Mising Festival Ali Aye Ligang