Posts

Showing posts from May, 2025

তীব্ৰ বৰষুণ আৰু বানপানী গুৱাহাটীত

Image
মহানগৰ ব্যাপক ব্যাঘাতঃ ২৯ মে’ৰ পৰা অদম্য বৰষুণৰ বাবে গুৱাহাটী ভয়াৱহ বানপানীৰ সৈতে যুঁজিছে।বৃহৎ পথসমূহ ডুব গৈছে, ফেৰী সেৱা বন্ধ হৈ আছে, সমগ্ৰ মহানগৰীত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পৰামৰ্শ জাৰি কৰি বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাতায়তৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।শিক্ষানুষ্ঠান বন্ধ:  বান পৰিস্থিতিৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলাৰ সকলো চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে ৩১ মে’ত বন্ধ ঘোষণা কৰিছে।গৌহাটী বিশ্ববিদ্যালয়েও দিনটোৰ বাবে নিৰ্ধাৰিত সকলো পৰীক্ষা স্থগিত ৰাখিছে। বতৰ সতৰ্কবাণীঃ  ভাৰতৰ বতৰ বিজ্ঞান বিভাগে গুৱাহাটীকে ধৰি অসমৰ ১১খন জিলাৰ বাবে ৰঙা আৰু কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰি প্ৰচণ্ডৰ পৰা অত্যন্ত প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ ভৱিষ্যদ্বাণী কৰিছে।

অতি দুখৰ ঘটনা

Image
 যোৱা ২১ তাৰিখে ধেমাজি মৰিধল মহাবিদ্যালয়ত পঢ়ি   থকা  ছত্ৰী গৰাকীক  দিনৰ বাৰটা মান বজাত একেখন   মহাবিদ্যালয়ত কৰ্মৰত কৰা ৰিন্টু শৰ্মা নামৰ এজন যোৱাকে প্ৰেমক প্ৰত্যাখ্যান কৰাৰ বাবে নন্দিতা শইকীয়াক  চুকা দা ৰে মূৰত জপিয়াই আক্ৰমণ কৰিল। তাই এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।ভগৱানক প্রার্থনা কৰিছোঁ  নন্দীতা    শইকীয়াৰ  সোনকালে সুস্থ হৈ উঠে  /h3> ∆. Mising anu agom   By: Raja narah

। ৰাজকুমাৰী লিঅ’ন’ৰ কোন, স্পেনিছ ৰয়েল হুম ফুটবলাৰ গাভিয়ে ‘প্ৰত্যাখ্যান’?

  বাৰ্চিলোনাৰ তাৰকা মিডফিল্ডাৰ পাবলো গাভিয়ে স্পেইনৰ ৰাজকুমাৰী লিঅ’নাৰৰ প্ৰেমক নাকচ কৰা বুলি ইণ্টাৰনেট জগতত চৰ্চা চলি আছে।    কিন্তু এতিয়া গেভিক খেলপথাৰত প্ৰেয়সী আনা পেলায়োৰ প্ৰতি মুকলিকৈ প্ৰেম প্ৰকাশ কৰা দেখা গ’ল। এই গোটেই কথাটোৰ আচল সত্য কি, জানি যদি আপুনি এজন ফুটবল অনুৰাগী তেন্তে আপুনি নিশ্চয়কৈ স্পেনিছ ফুটবলাৰ গাভিক চিনি পায়। পৃথিৱীৰ প্ৰতিজন ফুটবলাৰৰ ফেন ফ’ল’ৱাৰ শক্তিশালী; অনুৰাগীয়ে তেওঁলোকৰ প্ৰিয় তাৰকা খেলুৱৈৰ বাবে যিকোনো কামেইকৰে! স্পষ্টভাৱে গেভিৰ অনুৰাগীৰ অভাৱ পৃথিৱীত নাই। কিন্তু আজিকালি তেওঁৰ তেনে এজন অনুৰাগীৰ বিষয়ে আলোচনা হৈছে, যিজন সাধাৰণ অনুৰাগী নহয় বিশেষ অনুৰাগী। গেভিৰ উন্মাদনা স্পেইনৰ ধুনীয়া ৰাজকুমাৰী লিঅ’ন’ৰৰ মাজতো স্পষ্ট হৈ পৰিছে। এই কাৰণেই আজিকালি তেওঁৰ সৈতে জড়িত এটা বাতৰিয়ে ডাঙৰ ডাঙৰ শিৰোনাম দখল কৰিছে।  ইণ্টাৰনেটত ইমান চৰ্চা হৈ থকা কথাটো কি? বহু ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে ৰাজকুমাৰী লিঅ’নৰে গেভিক ভাল পাইছিল। কিন্তু গাভিয়ে ৰাজকুমাৰীৰ নিজৰ প্ৰকৃত স্বৰূপৰ প্ৰতি থকা প্ৰেমক নাকচ কৰিলে।এই উৰাবাতৰিয়ে গতি লাভ কৰিছিল যেতিয়া গেভিক শে...