অতি দুখৰ ঘটনা

 যোৱা ২১ তাৰিখে ধেমাজি মৰিধল মহাবিদ্যালয়ত পঢ়ি   থকা  ছত্ৰী গৰাকীক  দিনৰ বাৰটা মান বজাত একেখন   মহাবিদ্যালয়ত কৰ্মৰত কৰা ৰিন্টু শৰ্মা নামৰ এজন যোৱাকে প্ৰেমক প্ৰত্যাখ্যান কৰাৰ বাবে নন্দিতা শইকীয়াক  চুকা দা ৰে মূৰত জপিয়াই আক্ৰমণ কৰিল। তাই এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।ভগৱানক প্রার্থনা কৰিছোঁ  নন্দীতা   
শইকীয়াৰ  সোনকালে সুস্থ হৈ উঠে 
/h3>

∆. Mising anu agom
 
By: Raja narah

Comments

Post a Comment

Popular posts from this blog

আজিৰ জীৱন

Mising Festival Ali Aye Ligang

আজি কিছু মিচিং সম্প্ৰদায় সমাজৰ ফৈদ বা (ape)ৰ বিষয়ে কেইটামান চাওঁ আহক