Posts

Showing posts from September, 2021

অহংকাৰ

Image
অহংকাৰত ডুবা হোৱা মানুহ না নিজৰ ভুল দেকা পায় না টু আনৰ ভাল কথা

আজি কালিৰ শিক্ষা আৰু অহায়ৰ অনুভৱ

Image
  মোলাই নামৰ এজন ব্যক্তিৰ তেওঁৰ ঘোঁৰা আৰু এটা ছাগলী আছিল।তেওঁ বহুতো মৰম কৰে দুয়োটাকে   মোলাই নামৰ এজন ব্যক্তিৰ, তেওঁৰ ঘোঁৰা আৰু এটা ছাগলী আছিল।তেওঁ দুয়োটাকে বহুতো মৰম কৰিছিল।এদিন হঠাৎ ঘূৰাটো বেমাৰ হয় পৰিল।আৰু   কোঁচ কাৰিবও নোৱাৰা অৱস্থা হল। মুলায়ে ঘূৰাটোৰ বাবে বহুতো চিন্তা বিহীন হয় পৰিল। মুলায়ে ঘূৰাটোক চিকিৎসা প্ৰদান কৰিবলৈ,ডক্টৰক মাতি আনিলে। atOptions = { 'key' : '780951d6d159cef32b148cbc03155d66', 'format' : 'iframe', 'height' : 250, 'width' : 300, 'params' : {} }; ="separator" style="clear: both; text-align: center;"> ডাক্টৰ জনে ঘূৰাটোক চেকাপ কৰাৰ পাছত মুলায়ক জনালে যে    আপোনাৰ ঘূৰাটো বহুত ডাঙৰ বেমাৰ হয় পৰিল। মই ইয়াক একেৰাহে চাৰি দিন দৰৱ দিম। আৰু চাৰি দিনত মূৰত থিয়  হৈ উটিলে বাচিগল। যদি থিয় হয় নোতে তেনেহলে তাইক নিশ্চিত বাবে মাৰিব লাগিব। কথাটো শুনি মুলায়ে বহুত দুখ লাগিল। কিন্তু সি কিনো কৰিব পাৰে।, ডাক্তৰ যোৱাৰ পাছত ছাগলীয়ে ঘোঁৰাটোক বুজাবলে চেষ্টা কৰে। চোৱা তুমি কাইলৈ এবাৰ হলেও উটি...