আজি কালিৰ শিক্ষা আৰু অহায়ৰ অনুভৱ
মোলাই নামৰ এজন ব্যক্তিৰ তেওঁৰ ঘোঁৰা আৰু এটা ছাগলী আছিল।তেওঁ বহুতো মৰম কৰে দুয়োটাকে
মোলাই নামৰ এজন ব্যক্তিৰ, তেওঁৰ ঘোঁৰা আৰু এটা ছাগলী আছিল।তেওঁ দুয়োটাকে বহুতো মৰম কৰিছিল।এদিন হঠাৎ ঘূৰাটো বেমাৰ হয় পৰিল।আৰু কোঁচ কাৰিবও নোৱাৰা অৱস্থা হল। মুলায়ে ঘূৰাটোৰ বাবে বহুতো চিন্তা বিহীন হয় পৰিল। মুলায়ে ঘূৰাটোক চিকিৎসা প্ৰদান কৰিবলৈ,ডক্টৰক মাতি আনিলে।
ডাক্টৰ জনে ঘূৰাটোক চেকাপ কৰাৰ পাছত মুলায়ক জনালে যে
আপোনাৰ ঘূৰাটো বহুত ডাঙৰ বেমাৰ হয় পৰিল।
মই ইয়াক একেৰাহে চাৰি দিন দৰৱ দিম। আৰু চাৰি দিনত মূৰত থিয় হৈ উটিলে বাচিগল। যদি থিয় হয় নোতে তেনেহলে তাইক নিশ্চিত বাবে মাৰিব লাগিব। কথাটো শুনি মুলায়ে বহুত দুখ লাগিল। কিন্তু সি কিনো কৰিব পাৰে।,
চোৱা তুমি কাইলৈ এবাৰ হলেও উটিবলৈ চেষ্টা কৰিব ,নহলে ডাক্তৰে আহিলে তোমাক মাৰিব।কিন্ত ঘোঁৰাৰ একোৱেই গুন গান নাই। তেওঁ পিছ দিনাও নুঠা দেখি ,আকৌ এবাৰ বুজালে তেতিয়াওঁ এনেকৈ শুনিও নুশুনা বাওঁ জুৰিল থাকিল। তিনি দিনৰ মূৰত আকৌ ডাক্তৰে আহি দেখিল তেতিয়াও তেনেকৈ নুটাকৈ আছিল। আৰু এদিন বাকী , যদি কাইলৈ নুতে ভাবি লোৱা লাষ্ট দিন । এনেকৈয়ে ভক্তব্যয় দি ডাক্তৰে গুচিগল। তেতিয়া ছাগলীয়ে আৰু এবাৰ ঘোঁৰাক চেষ্টা কৰিছিল।চোৱা মই তোমাৰ ভালৰ কাৰণে কৈছো।জীৱন বাৰে বাৰে নাপায়, তুমি বেছি একো কৰিব নালগে নিজৰ জীৱন বচাবলৈ এবাৰ ওঁঠ আৰু দৌৰা । ঘোঁৰাতোৱে ছাগলীৰ কোৱাটো এবাৰ ভাবিলে,যদি এবাৰ উটুনতে জীৱন বাছি যায় কিয়নো এবাৰ চেষ্টা নকৰনো।
আগ দিনাখন ডাক্তৰে আহিল আৰু যেতিয়া ঘোঁৰাৰ কাকত আহিপালে তেতিয়া ঘোঁৰাটোৱে হঠাৎ ওঁঠে আৰু দৌৰে মাৰে, ডাক্তৰে আনন্দিত হয় কলে
ধন্যবাদ মোলাই আপোনাৰ ঘোঁৰা বাছিগল, এতিয়া আৰু মাৰিব নালাগে ।এই কথা শুনি মুলায়ে বহুত আনন্দিত হয়, কলে ডাক্তৰ ডাঙৰীয়াই আজি বহুত আনন্দিত কৰিলে তুমি মোক এই আনন্দত মই আজি ছাগলী মাৰি পাৰ্টি কাম।
শিক্ষা :- আজি কালিৰ দিনৰ শিক্ষাবোৰ এনেকুৱাই নিজৰ কামৰ ওপৰত চকু ৰাখিব, নহলে আন কোনোবাক বচাবলৈ যাওঁতে তুমিও ছাগলীৰ দৰেই হব।
# Happy teachers day 💐🎂
Publish by :- Raja narah
Comments
Post a Comment